Health GK Class V, VI, VII

এখানে ৫০ৰ অধিক অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰস্তুত কৰা হৈছে য’ত স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকটো প্ৰশ্নৰ সৈতে চাৰিখন বিকল্প আছে।

Health GK Class V, VI, VII

৫০+ ৰ অধিক অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰস্তুত কৰা হৈছে য'ত স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি .

1 / 10

সাধাৰণ মানুহৰ বাবে কিমান ঘণ্টা টোপনিৰ প্ৰয়োজন?

2 / 10

শৰীৰৰ কাৰ্বোহাইড্ৰেটৰ মজুত কোন অংগত থাকে?

3 / 10

নাকৰ ৰক্তক্ষৰণ হোৱাৰ সময়ত কি কৰা উচিত?

4 / 10

ডেঙ্গু জ্বৰত ক’ত প্ৰধান প্ৰভাৱ দেখা যায়?

5 / 10

ভিটামিন ডি সৰ্বাধিক লাভ কৰা উৎস কি?

6 / 10

শৰীৰত সোডিয়াম আৰু পটাছিয়ামৰ মাত্রা নিয়ন্ত্ৰণ কৰা অংগটো কি?

7 / 10

হেপাটাইটিছ বিৰোধী টিকাবোৰে কোন অংগ সুৰক্ষিত কৰে?

8 / 10

শৰীৰৰ কোন অংগক "জীৱনৰ পাম্প" বুলি কোৱা হয়?

9 / 10

স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ পানীয় কোনটো?

10 / 10

মানুহৰ শৰীৰত কিমান হাড় থাকে?

Your score is

The average score is 0%

0%

Facebook
WhatsApp
Telegram
Print
Email

1 thought on “Health GK Class V, VI, VII”

Leave a Comment