ভোৰবেলাত আচমকা পেটৰ যন্ত্ৰণাত টোপনি ভাগি পৰে? হজমৰ সমস্যাটো কমিব, ঘৰোৱাকৈ তৈয়াৰ কৰা এই পানীয় খালে ওজনো নিয়ন্ত্ৰণত থাকিব।