৭০টা সৰু আমল য’ত আছে বহু ফজিলত।

আমল ১:
প্ৰত্যেক ওজুৰ পিছত কালেমা শাহাদত পাঠ কৰক:

“আশহাদু আল্লা-ইলাহা ইল্লাল্লাহু ওয়াহ্দাহু লা-শাৰীকা লাহূ ওয়া আশহাদু আন্না মুহাম্মাদান ‘আবদুহূ ওয়া ৰাসূলুহূ”

এই আমলৰ ফলত জান্নাতৰ ৮টা দুৱাৰৰ যিকোনো এটা দুৱাৰৰে প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব।

📖 সহিহ মুসলিম, হাদিছ নং – ২৩৪

Facebook
WhatsApp
Telegram
Print
Email

Leave a Comment