প্ৰশ্ন: কোন দো‘আ পাঠ কৰিলে জান্নাতৰ ৮টা দুৱাৰ খুলা হয়?
ওযূৰ দো‘আ।
প্ৰশ্ন: পৃথিৱী আৰু তাৰ ভিতৰত যি কিছু আছে, সৰ্বশ্ৰেষ্ঠ কোনটো?
উত্তৰ: ফজৰৰ দু’ৰাকা‘আত সুন্নাত।
প্ৰশ্ন: ৰমজানৰ ছিয়ামৰ পিছত সৰ্বোত্তম ছিয়াম কোনটো?
উত্তৰ: আশুৰাৰ ছিয়াম।
প্ৰশ্ন: আল্লা কোন দিন আটাইতকৈ বেছি জাহান্নামীক মাফ কৰে?
উত্তৰ: আৰাফাৰ দিন।।
প্ৰশ্ন: যে মানুহ সৎকাজ কৰে, আৰু মানুহে তাৰ প্রশংসা কৰে, তেন্তে সেয়া হ’ব-?
উত্তৰ: মুমিনৰ আগাম সুসংবাদ।